Assamese Song Mayabini Lyrics
Assamese Song Mayabini Ratir Bukut was sung by Zubeen Garg . Assamese Zubeen Garg lyrics song Mayabini Ratir Bukut (মায়াবিনী ৰাতিৰ বুকুত ) is from Assamese Film Daag.Mayabini song Lyricist is Sumit Acharya. Many people love Listen to Zubeen Garg Mayabini MP3 song. Mayabini (মায়াবিনী) song duration of song is 05:26. This song is sung & music directed by Zubeen Garg. Mayabini ratir bukut lyrics meaning is very nice. You can Check here for Mayabini Ratir Bukut Lyrics in Assamese & Mayabini Ratir Bukut Lyrics in English also.
Mayabini Ratir Bukut Lyrics | Asssamese Song Mayabini Lyrics | Zubeen | মায়াবিনী ৰাতিৰ বুকুত জুবিন | Daag
“মায়াবিনী ৰাতিৰ বুকুত” (Mayabini Ratir Bukut) Lyrics) শীৰ্ষক গীতটি ২০০১ চনৰ মুনিন বৰুৱাৰ দ্বাৰা পৰিচালিত “দাগ” ছবিখনৰ অংশ। এই গীতটিত কণ্ঠদান কৰিছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। লগতে, গীতটিৰ কথা আৰু সংগীত পৰিচালনাও নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ।
Songs Credit:Song: Mayabini ratir bukut
Singer: Zubeen Garg
Film: Daag
Artist: Zubeen Garg/Kalpana
Music Director: Zubeen Garg
Lyricist: Sumit Acharya
মায়াবিনী ৰাতিৰ বুকুত জুবিন
মায়াবিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি
ধৰা দিলা গোপনে আহি
হিয়াৰ কোণত...
তুমি যে মোৰ শুকান মনত
নিয়ৰৰে চেঁচা টোপাল
নামি অহা ৰ’দৰে নৈ
মোৰ দেহত প্ৰতি পুৱা
ধুমুহাৰ স’তে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ
শেষ হ’ব
ভাবোঁ তোমাৰ বুকুত
প্ৰতি শৰতৰ প্ৰভাতি ফুলে
ক’ব তোমাকেই মোৰ কথা
প্ৰতি মেঘালী নিশা জোনে
ক’ব তোমাকেই মোৰ বেথা
ধুমুহাৰ স’তে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ
শেষ হ’ব
ভাবোঁ তোমাৰ বুকুত
দুচকুতে তোমাৰ চালে
সপোন আঁতৰি দিঠক নামে
চুব খুজিলেই মোৰ দুহাতে
দিঠক আঁতৰি সপোন আহে
ধুমুহাৰ স’তে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ
শেষ হ’ব
ভাবোঁ তোমাৰ বুকুত
মায়াবিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি
ধৰা দিলা গোপনে আহি
হিয়াৰ কোণত...
তুমি যে মোৰ শুকান মনত
নিয়ৰৰে চেঁচা টোপাল
নামি অহা ৰ’দৰে নৈ
মোৰ দেহত প্ৰতি পুৱা